আপেল দৈৰ স্মুদি
উপাদানসমূহ:
- টুকুৰা কৰা আপেল
- 1/2 কাপ দৈ
- 1 চামুচ চিয়া বীজ
পুষ্টিকাৰক মূল্য:
শক্তি: 125 কিলোকেলৰি
প্ৰ'টিন: 2 গ্ৰাম
পদ্ধতি:
- 1/2 চামুচ চিয়া গুটি 1/4 কাপ পানীত ৰাতিটো তিয়াই থওক।
- সাধাৰণ আকাৰৰ আপেল এটা লৈ ভালদৰে বাকলি উলিয়াই টুকুৰা টুকুৰকৈ কাটি লওক
- ফুড প্ৰচেছৰত দৈ, কটা আপেল আৰু বৰফ দিব
- ভালদৰে মিহলাই লওক, এটা বাটিত ঢালি দিয়ক ৰাতিটো তিয়াই থোৱা চিয়া বীজ (1/2 চামুচ) যোগ কৰক
- ইয়াক ঠাণ্ডা কৰি পৰিৱেশন কৰক।