Humrahi

স্বাস্থ্যসন্মত খাদ্য আৰু ৰক্তচাপৰ মাজৰ সম্পৰ্ক

স্বাস্থ্যসন্মত খাদ্যই ডায়েবেটিছ, হৃদৰোগ, ষ্ট্ৰোক আৰু ৰক্তচাপকে ধৰি বিভিন্ন অসংক্ৰামক ৰোগ এনচিডি(NCD)ৰ পৰা ৰক্ষা কৰাত সহায় কৰে।.

কোনবোৰ খাদ্য খাব

ফলমূল

  • কল
  • ব্লুবেৰী আৰু ষ্ট্ৰবেৰী
  • তৰমুজ
  • কিৱি
  • ডালিম
  • টেঙাজাতীয় ফল যেনে-কমলাটেঙা

শাক-পাচলি

  • বুটমাহ
  • সেউজীয়া শাক-পাচলি
  • নহৰু

অন্যান্য

  • ডাৰ্ক চকলেট
  • য়'গাৰ্ট

পৰিহাৰ কৰিবলগীয়া খাদ্য

  • সংপৃক্ত (ছেচ্যুৰেটেড) আৰু ট্ৰেন্স চৰ্বি
  • মাদক পানীয়
  • উচ্চ ছ'ডিয়ামযুক্ত খাদ্য
  • চৰ্বিযুক্ত খাদ্য

উল্লেখসমূহ:

  1. American Heart Association. “Managing Blood Pressure with a Heart-Healthy Diet.” heart.org, 2016, www.heart.org/en/health-topics/high-blood-pressure/changes-you-can-make-to-manage-high-blood-pressure/managing-blood-pressure-with-a-heart-healthy-diet

 

 

শেহতীয়া পোষ্ট